শিলচৰ

আজি শিলচৰলৈ আহিব মমতা বেনাৰ্জী

Asomiya Pratidin
  • আজি শিলচৰত উপস্থিত হ’ব মমতা বেনাৰ্জী।

  • ৰাধেশ্যাম বিশ্বাসৰ হৈ প্রচাৰ চলাব পশ্চিমবংগৰ মুখ্যমন্ত্রীগৰাকীয়ে।

  • দিনৰ ১২-০০ বজাত টাউন ক্লাবৰ খেলপথাৰত বিশাল জনসভা সম্বোধন কৰিব।

  • মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি কাৰ্যকৰ্তাসকলৰ।