শিলচৰ

কাছাৰৰ ধলাইৰ জামালপুৰত বিধ্বংসী অগ্নিকাণ্ড

Asomiya Pratidin
  • কাছাৰৰ ধলাইৰ জামালপুৰত বিধ্বংসী অগ্নিকাণ্ড।

  • জুইত জাহ গ’ল ৩টাকৈ বাসগৃহ।

  • আতাবুৰ ৰহমান নামৰ এজন লোকৰ ঘৰত প্রথমে জুইৰ সূত্রপাত।

  • পিছত আন দুটা পৰিয়ালৰ বাসগৃহলৈ জুই সম্প্রসাৰিত।

  • বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলতে সংঘটিত এই ঘটনা।

  • অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাইজে জুই নিয়ন্ত্রণৰ চেষ্টা কৰে।

  • অগ্নিকাণ্ডত বহু লাখ টকাৰ সম্পত্তি ধ্বংস।