কাছাৰত পথ দুৰ্ঘটনাত পিতা-পুত্ৰসহ ৩ জনৰ মৃত্যু... 
শিলচৰ

কাছাৰত পথ দুৰ্ঘটনাত পিতা-পুত্ৰসহ ৩ জনৰ মৃত্যু...

Asomiya Pratidin
  • ৰাজ্যত পুনৰ হিট এণ্ড ৰানৰ ঘটনা।

  • কাছাৰৰ বাদ্রিত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • পুত্রসহ ৩ বাইক আৰোহীক মহটিয়াই নিলে অচিনাক্ত বাহনে।

  • নিহত বিনয় ভূষণ দত্ত, বিৰাজ দত্ত আৰু চিকন্দৰ আলী।

  • বিনয় ভূষণ দত্ত আৰু বিৰাজ দত্ত পিতা-পুত্র।

  • বজাৰ কৰি ঘৰলৈ ওভতাৰ পথত সংঘটিত এই ঘটনা।

  • ঘটনা সংঘটিত কৰি বাহনখনৰ পলায়ন।