শিলচৰ

শিলচৰত ৩ অপহৃত ব্যক্তিক উদ্ধাৰ আৰক্ষীৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শিলচৰত অপহৃত তিনি ব্যক্তিক উদ্ধাৰ। আইনাচ’ৰা শিলকুঁৱেৰীৰ পৰা অপহৃত হৈছিল লোক তিনিজন। কাছাৰ-ডিমাহাচাও সীমান্তৰ ঘন জংঘলৰ পৰা উদ্ধাৰ তিনিওকে।

শনিবাৰে দুৰ্বৃত্তই অপহৰণ কৰিছিল JCB, ডাম্পাৰৰ ৩ চালকক। অপহৰণ কৰিছিল ৰাজু তাঁতী, অমিত ওৰাং আৰু বিশ্ব ধৰক। বৰ্তমানলৈয়ো কৰায়ত্ত হোৱা নাই অপহৰণকাৰী। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।