শিৱসাগৰ

সোণাৰিত ৰহস্যজনক মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin
  • সোণাৰিৰ লংপতীয়াত শনিবাৰে ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে মৃতদেহ।

  • উদ্ধাৰ হোৱা মৃতদেহটো লংপতীয়া জুটুলনিৰ অৰূপ গগৈ(৫৫)বুলি চিনাক্ত কৰিছে।

  • লংপতীয়া হাবিৰ নিবাসী টিলেশ্বৰ খাকলাৰীৰ বাসগৃহৰ আওহতীয়া স্থানত থকা এটি পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ অৰূপ গগৈৰ মৃতদেহ ।

  • পৰিয়ালৰ লোকে অৰূপক কোনো লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে।