শিৱসাগৰ

চৰাইদেউত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডঃ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত এজন

Asomiya Pratidin
  • চৰাইদেউ ৰহদৈ পুখুৰী আদাবাৰীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।

  • চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে এজন যুৱকক।

  • টেঙাপুখুৰী আৰক্ষী চকী এলেকাত সংঘটিত হৈছে এই ঘটনা।

  • জানিব পৰা মতে মৃত ব্যক্তিজনৰ নাম অমৰ বাক্তি (২৪)।

  • অভিযুক্ত দয়া বাক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।

  • এই পৰ্যন্ত এই হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।

  • ঘটনাস্থলীত মথুৰাপুৰ আৰু টেঙাপুখুৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।