শিৱসাগৰ

শিৱসাগৰৰ পথ দুৰ্ঘটনাত আহত ৯জন...

Asomiya Pratidin
  • শিৱসাগৰৰ চেৰেকাপাৰত পথ দুৰ্ঘটনা।

  • ONGCৰ বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা।

  • দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৯জন।

  • আহতসকলক ততাতৈয়াকৈ চিকিৎ‍সালয়লৈ প্রেৰণ।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।