প্ৰবঞ্চনাৰে ৰে'লৰ টিকট বিক্ৰী কৰা BJYM ৰ দুই প্ৰৱঞ্চকক আটক... 
শিৱসাগৰ

প্ৰবঞ্চনাৰে ৰে'লৰ টিকট বিক্ৰী কৰা BJYM ৰ দুই প্ৰৱঞ্চকক আটক...

Asomiya Pratidin
  • সোণাৰীত ৰে’ল আৰক্ষীৰ জালত দুই প্রবঞ্চক।

  • আটক ৰিকি দাস আৰু পিণ্টু দত্ত নামৰ প্রবঞ্চকদ্বয়ক।

  • প্রবঞ্চনাৰে ৰে’লৰ টিকট বিক্রী কৰাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে।

  • ব্যক্তিগত ID ব্যৱহাৰ কৰি ৰে’লৰ টিকট বিক্রী কৰি আহিছিল দুয়োৱে।

  • ধৃত ৰিকি দাস ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তা বুলি জনা গৈছে।