অসম

অৰুণাচলী সুৰাসহ আটক সৰবৰাহকাৰী

Asomiya Pratidin
  • ইটাখোলা আৰক্ষীৰ বৃহৎ সাফল্য

  • অৰুণাচলী সুৰাসহ আটক সৰবৰাহকাৰী

  • জব্দ ২৩টা কাৰ্টনসহ বিভিন্ন ব্রেণ্ডৰ অবৈধ সুৰা

  • অসম-অৰুণাচল সীমান্তৰ বালিজুৰিত মাৰুতি এল্টো বাহনত জব্দ সুৰাখিনি

  • নৱজ্যোতি দাস নামৰ লোকজনক সুৰাসহ আটক