সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং.. 
অসম

সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং..

Asomiya Pratidin
  • সোণাপুৰ আৰক্ষীৰ সফলতা।

  • সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং।

  • সোণাপুৰৰ বিভিন্ন ঠাইত চুৰি হোৱা ৫খন বাইক উদ্ধাৰ।

  • লগতে গ্রেপ্তাৰ মহিলাসহ ৪ বাইক চোৰ।

  • আটাইকেইখন বাইক মেঘালয়ৰ নংপোৰ পৰা উদ্ধাৰ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।