অসম

সোণাৰিত সন্দেহজনক নাগৰিকক আটক

asomiyapratidin
  • চৰাইদেউৰ সোণাৰিত এজন সন্দেহজনক নাগৰিকক আটক।
  • সোনাৰীৰ ২নং হাওঁফাওঁ গাঁৱত স্থানীয় ৰাইজে কৰায়ত্ত কৰে লোকজনক।
  • চাহ বাগিচাৰ মাজত লোকজন লুকাই থকাৰ অভিযোগ।
  • ৰাইজে কৰায়ত্ত কৰি লোকজনক গতাই দিয়ে আৰক্ষীক।
  • বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই লোকজনৰ পৰিচয়।