শোণিতপুৰ

গহপুৰত প্ৰায় ২০ কেজি ওজনৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ চাৰিওদিশে পানীৰ মাজতেই এটা দুষ্প্ৰাপ্য কাছ উদ্ধাৰ হৈছে। গহপুৰৰ ১ নং দ'লা দলনিৰ মাতিয়া ভূঞাৰ ম'হখুটিৰ পৰা উদ্ধাৰ কৰে এটা কাছ ।

প্ৰায় ২০ কেজি ওজনৰ হ'ব দুষ্প্ৰাপ্য কাছটি । বৰ্তমানে কাছটো গহপুৰৰ বৰপুখুৰীত সংৰক্ষণৰ বাবে এৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে।