শোণিতপুৰ

ঘিলাধাৰী দলঙত দুৰ্ঘটনাঃ নিহত ট্ৰাক চালক

Asomiya Pratidin

-চতিয়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

-ঘিলাধাৰী দলঙৰ সমীপৰ ডিভাৰছন বৰ্ড ভাঙি তললৈ নামিল ট্ৰাক

-১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘিলাধাৰী নৈৰ ওপৰত টি কে ইঞ্জিনীয়াৰিঙৰ দ্বাৰা নিৰ্মীয়মাণ দলঙত খুন্দা মালবাহী ট্ৰাকৰ

-ট্ৰাকখনক নম্বৰ AS-01-GC-1779

-দুৰ্ঘটনাত থিতাতে নিহত চালক

-বৰ্তমানলৈকে চালকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই

-ঘটনাস্থলীত উপস্থিত চতিয়া আৰক্ষী