ঢেকিয়াজুলিৰ পেট্ৰ'ল পাম্পত অগ্নিকাণ্ড... 
শোণিতপুৰ

ঢেকিয়াজুলিৰ পেট্ৰ'ল পাম্পত অগ্নিকাণ্ড...

Asomiya Pratidin
  • ঢেকিয়াজুলিৰ আলিশিঙাত ভয়ংকৰ অগ্নি কাণ্ড।

  • দুপৰীয়া ভাগত সূত্ৰপাত ঘটে এই অগ্নিকাণ্ডৰ।

  • কথমপী ৰক্ষা পৰে পেট্ৰ'ল পাম্পৰ লগতে ট্ৰেঙ্কাৰৰ চালকৰ।

  • আলিশিঙাৰ দেইছ চাৰ্ভিছ ষ্টেচন পেট্ৰল পাম্পত সংঘটিত হয় এই অগ্নিকাণ্ড।

  • পেট্ৰল কিঢ়িওৱা টেংকাৰৰ পৰা টেল নমোৱাৰ পিছতে সংঘটিত হয় এই অগ্নিকাণ্ড।

  • জানিব পৰা মতে চৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড।

  • অৱশ্যে অগ্নিনিৰ্বাক বাহিনীয়ে অতি তৎপৰতাৰে নিৰ্বাপিত কৰে জুই।