তেজপুৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ডঃ জ্যোতি ভাৰতীক লৈ উদ্বিগ্ন... 
শোণিতপুৰ

তেজপুৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ডঃ জ্যোতি ভাৰতীক লৈ উদ্বিগ্ন...

Asomiya Pratidin
  • তেজপুৰ চহৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড।

  • চহৰখনৰ ব্যৱসায়িক প্রতিষ্ঠান আৰু বেংকত এই অগ্নিকাণ্ড।

  • ব্যৱসায়িক প্রতিষ্ঠান বাটা আৰু পঞ্জাৱ নেচনেল বেংকত অগ্নিকাণ্ড।

  • শ্বৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সূত্রপাত হোৱাৰ সন্দেহ।

  • বৰ্তমানেও নিৰ্বাপিত হোৱা নাই জুই।

  • বেংকৰ কাষতে আছে জ্যোতি ভাৰতী।

  • যাৰ বাবে অধিন উদ্বিগ্ন হৈ পৰিছে তেজপুৰ চহৰৰ সচেতন লোকসকল।

  • এই জ্যোতি ভাৰতীতে সংৰক্ষিত হৈ আছে সাংস্কৃতিক নগৰী তেজপুৰৰ তিনি পুৰোধাৰ সৃষ্টিৰাজি।