শোণিতপুৰ

জামুগুৰিহাটৰ ইটাখোলাত নিচাজাতীয় সামগ্ৰী জব্দ...

Asomiya Pratidin
  • জামুগুৰিহাটৰ ইটাখোলাত ড্ৰাগছ জব্দ

  • ইটাখোলা আৰু চতিয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই অঞ্চলটোত

  • অঞ্চলটোৰ শইকীয়া চুবুৰীৰ পৰা ৮গ্ৰাম ড্ৰাগছসহ ৰোহিত বসুমতাৰী নামৰ সৰবৰাহকাৰীজনক আটক

  • ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰ গোলাঘাটত বুলি জানিব পৰা গৈছে

  • আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনে চলাই অহা স্কুটীখন জব্দ কৰিবলৈ সক্ষম হয়।