ঝাৰখণ্ডত আত্মহন কৰিলে CRPF ত কৰ্মৰত তেজপুৰৰ জোৱানে... 
শোণিতপুৰ

ঝাৰখণ্ডত আত্মহন কৰিলে CRPF ত কৰ্মৰত তেজপুৰৰ জোৱানে...

Asomiya Pratidin
  • ঝাৰখণ্ডত আত্মহনন অসমৰ যুৱকৰ।

  • আত্মহননৰ পথ বাচি লোৱা যুৱকজনৰ নাম প্ৰাঞ্জল নাথ।

  • প্ৰাঞ্জল নাথৰ ঘৰ তেজপুৰৰ পিঠাখোৱাত।

  • নিজ কাৰ্যালয়তে প্ৰাঞ্জলে আত্মহননৰ পথ বাচি লয়।

  • নিজ চাৰ্ভিছ ৰাইফেলেৰে সংঘটিত কৰে এই ঘটনা।

  • অৱশ্যে এই পৰ্যন্ত প্ৰাঞ্জলে কিয় এই পথ বাচি ল'লে সেই বিষয়ে জানিব পৰা হোৱা নাই।