ROAD ACCIDENT  
শোণিতপুৰ

ভালুকপুঙত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • শোণিতপুৰৰ ভালুকপুং পথত ভয়ংকৰ পথ দুৰ্ঘটনা

  • অচিনাক্ত বাহনৰ খুন্দাত আহত বিদ্যালয়ৰ ছাত্ৰ

  • গামানি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অনুপ মিলি চাইকেলেৰে বিদ্যালয়ৰ পৰা আহি থাকোতে পিছফালৰ পৰা খুন্দা মাৰে অচিনাক্ত বাহনে

  • অনুপ মিলি বিদ্যালয়খনৰ নৱম শ্ৰেনীৰ ছাত্ৰ

  • ছাত্ৰজনক অতি সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ

  • দুৰ্ঘটনা সংঘটিত কৰি বাহনৰ পলায়ন ৷