শোণিতপুৰ

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • জামুগুৰিহাটত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷

  • জামুগুৰিহাটৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ফ্লাই অভাৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।

  • ডিভাইদাৰত খুন্দা মাৰি বাগৰি পৰিল AS-O1-QC-3009 নম্বৰৰ বলেৰ পিকআপ ভান।

  • তীব্ৰবেগী বলেৰ পিকআপ-ভানৰ চালকজন সুৰামত্ত অৱস্থাত আছিল বাবেই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷

  • ঘটনাস্থলীত জামুগুৰিহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

  • গুৰুতৰভাৱে আহত চালকজনক ১০৮ এম্বুলেঞ্চ যোগে উত্তৰজামুগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷