শোণিতপুৰ

কুসুমটোলাত পথ দুৰ্ঘটনা : এজন নিহত

Asomiya Pratidin
  • জামুগুৰিহাটৰ কুসুমটোলাত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু।

  • মৃত্যু হোৱা ব্যক্তিজনৰ নাম চন্দ্ৰ হাজৰিকা (৮০)।

  • চাইকেল চলাই আহি থকা ব্যক্তিজনক এখন KTM বাইকে খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয়।

  • আহত লোকজনক সংকটজনক অৱস্থাত তেজপুৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

  • পিছত চিকিৎসাধীন অৱস্থাত তেজপুৰ চিভিল হাস্পতালত তেওঁৰ মৃত্যু হয়।