শোণিতপুৰ

শোণিতপুৰৰ চাৰিদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • শোণিতপুৰৰ চাৰিদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত এজন ।

  • চাৰিদুৱাৰৰ দোৱাংবাৰীত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো ।

  • স্কৰ'পিঅ বাহন আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ।

  • নিহত লোকজনৰ নাম ৰমেন দাস।

  • গুৰুতৰভাৱে আহত লোকজন বিপ্লৱ বৰুৱা ।

  • আহত বিপ্লৱ বৰুৱাক অতি সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ ।

  • দুৰ্ঘটনাগ্ৰস্ত স্কৰ'পিঅখনৰ নম্বৰ AR- 03- 9119 আৰু মটৰ চাইকেলখনৰ নম্বৰ AS- 12- AJ- 7372 ।