ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন... 
শোণিতপুৰ

ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...

Asomiya Pratidin
  • শোণিতপুৰ জিলাৰ ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • ৰঙাপৰাৰ হাতীবাৰীত সংঘটিত হৈছে এই দুৰ্ঘটনা।

  • এখন টাটা মেজিক আৰু মটৰ চাইকেলৰ মাজত মুখামুখী সংঘৰ্ষ।

  • ফলত থিতাতে নিহত মটৰ চাইকেল আৰোহী।

  • ঘটনাত গুৰুতৰভাৱে আহত আন এগৰাকী আৰোহী।

  • আহত আৰোহীজনক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ।

  • নিহত বাইক চালক জনৰ নাম ৰাজু সিং।

  • ৰাজু সিঙৰ ঘৰ বালিপৰাৰ দীঘলীত।