শোণিতপুৰ

জামুগুৰিহাটৰ বাকোলা গাঁৱত বাঘৰ আতংক

Asomiya Pratidin
  • জামুগুৰিহাটৰ বাকোলা গাঁৱত বাঘৰ আতংক

  • সমগ্ৰ গাঁৱখনৰ ৰাইজৰ মাজত নিশাৰ ভাগত হুৱা-দুৱা পৰিবেশৰ সৃষ্টি হয়

  • বাকোলা গাঁৱৰ এঘৰ মনুহৰ বাৰীত উদ্ধাৰ বাঘসদৃশ বন্যজন্তু

  • আতংকিত গাঁৱবাসীয়ে বনবিভাগক খবৰ দিয়ে

  • বন বিভাগৰ লোক আহি সন্দেহজনক বাঘটো উদ্ধাৰ কৰি লৈ যোৱাতহে শান্ত হয় ৰাইজ

  • সাইলাখ বাঘৰ দৰে দেখা বন্য জন্তুটোক বন বিভাগৰ লোকেও নিশ্চিত কৰিব পৰা নাই ৷