শোণিতপুৰ

ইটাখোলাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Asomiya Pratidin
  • জামুগুৰিহাটৰ ইটাখোলাত নিশা অচিনাক্ত মৃতদেহ উদ্ধাৰ।

  • ইটাখোলাৰ ১ নং মছজিদৰ পিছফালে উদ্ধাৰ হৈছে মৃতদেহটো।

  • মৃত অৱস্থাত উদ্ধাৰ হোৱা লোকজনৰ আনুমানিক বয়স ৬০বছৰ।

  • ঘটনাস্থলীত ইটাখোলা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে।

  • সম্প্ৰতি আৰক্ষীয়ে লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷