শোণিতপুৰ

ৰাজ্যত পুনৰ মহিলাৰ ৰহস্যজনক মৃত্যুঃ আটক মৃত পম্পিৰ স্বামী ৰাজু দে

Asomiya Pratidin

-শোণিতপুৰৰ বালিপৰাত মহিলাৰ ৰহস্যজনক মৃত্যু

-বালিপৰাৰ দীঘলী বালিজানত নিশা সংঘটিত হৈছে এই ঘটনা

-পাৰিবাৰিক কণ্ডলৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ

-মৃত মহিলাগৰাকীৰ নাম পম্পী দে

-চিকিৎসকৰ ভাষ্য অনুসৰি মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট

-ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পম্পিৰ স্বামী ৰাজু দেক আটক কৰিছে

-ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ