অসম

চৰাইদেউৰ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ : এগৰাকী নিহত

Asomiya Pratidin
  • চৰাইদেউ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ ৷

  • শনিবাৰে নিশা ধুমুহাই তচনচ কৰিলে বহু পৰিয়ালৰ বাসগৃহ।

  • মথুৰাপুৰ,সোণাৰি,মাইবেলা ইত্যাদি অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ৷

  • বহু ঠাইত গছ-গছনি উভালি পৰাৰ উপৰি বিদ্যুতৰ খুঁটা,তাঁৰ ইত্যাদি ছিঙি বিস্তৰ ক্ষতিসাধন কৰে।

  • আনহাতে সাবিত্ৰী শৰ্মা নামৰ এগৰাকী মহিলা নিহত হোৱাৰ খবৰো পোৱা গৈছে।