অসম

লামডিংত কিশোৰ নিৰুদ্দেশ

Asomiya Pratidin
  • লামডিংত পুনৰ নিৰুদেশ হৈছে এগৰাকী কিশোৰ

  • লামডিং শীতলা বাড়ি তেতুল তলা অঞ্চলৰ পৰা নিৰুদেশ হৈছে দ্বীপ দাস নামৰ কিশোৰগৰাকী

  • লামডিং ৰে'লৱে উচতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ দ্বীপ এসপ্তাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে

  • কিশোৰগৰাকীৰ পৰিয়ালে লামডিং থানাত এজাহৰ দাখিল কৰিছে যদিও কোনো শুংসূত্ৰ পোৱা নাই

  • পুত্ৰক বিচাৰি দিশহাৰা হৈ পৰিছে মাতৃ-ভগ্নী

  • কোনো লোকে ছাত্ৰজনৰ সন্ধান পালে পৰিয়ালৰলোকক যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।