অসম

জোৰশিমুলীত ছাত্রীৰ আত্মহত্যা..

Asomiya Pratidin

·      কামৰূপৰ জোৰশিমুলীত ছাত্রীৰ ৰহস্যজনক আত্মহনন

·      কিশোৰীগৰাকী ঘোঁৰামাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্রেণীৰ ছাত্রী

·      নিজ গৃহত চিপ লৈ আত্মহত্যা ছাত্রীগৰাকীৰ

·      আত্মহত্যাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা নাই

·      আৰক্ষীৰ তদন্ত আৰম্ভ