অসম

সফল সাংসদ নৱ কুমাৰ শৰণীয়া!

Asomiya Pratidin

ডিজিটেল সংবাদ, সৰভোগঃ লোকসভা নিৰ্বাচন চমু চপাৰ লগে লগে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলে । প্ৰতিটো ৰাজনৈতিক দলে ভিতৰ চৰাত চলাই আছে নিৰ্বাচনী কুজ-কাৱাজ । সাংসদ নৱ কুমাৰ শৰণীয়া পৰবৰ্তী নিৰ্বাচনত সাংসদ হৈ থাকিব বুলি নিজকে দাবী কৰে নৱ কুমাৰ শৰণীয়া ।

নৱ কুমাৰ শৰণীয়াক কোনো ৰাজনৈতিক দলে ভেটা দি ৰাখিব নোৱাৰে । ST সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰণীয়া বিৰুদ্ধে যি বিতৰ্ক আনিছে সেয়া ষড়যন্ত্ৰমূলক আখ্যা দিয়ে সাংসদ নৱ কুমাৰ শৰণীয়াই ।

দহটা বছৰ সাংসদ হৈ থকা সময়চোৱাত বিটিচিত শান্তি প্ৰতিষ্ঠা হৈছে ‌ । এতিয়া বিটিচি এলেকাত বন্দুকৰ শব্দ নাই বুলি দাবী কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ।