অসম

সাংসদ পুঁজিৰ ধন অপব্যৱহাৰঃ ৰাণী নৰহলৈ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ চমন

Asomiya Pratidin
  • প্রাক্তন সাংসদ ৰাণী নৰহলৈ CM ‍ভিজিলেন্সৰ চমন

  • মঙলবাৰে হাজিৰ হ’ব লাগিব CM ‍ভিজিলেন্সত

  • সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগ

  • ২০১৩-১৪ চনৰ সাংসদ পুঁজিত কেলেংকাৰীৰ অভিযোগ

  • যোৰহাট জিলাত হেণ্ড টিউৱেল বহুওৱাৰ নামত কেলেংকাৰীৰ অভিযোগ

  • এই কামৰ বিপৰীতে ২০১৭ চনত ৰুজু হৈছিল গোচৰ

  • ‘২০১৯ত CM ‍ভিজিলেন্সৰ পৰা চমন আহিছিল’