ROAD ACCIDENT  
অসম

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত ৩ জন

Asomiya Pratidin
  • টেঙাখাত পানধোৱাৰ জালুকনিত পথ দুৰ্ঘটনা।

  • বুধবাৰে নিশা সংঘটিত এই ঘটনা।

  • তীব্রবেগী ডাম্পাৰে মহটিয়াই নিলে তিনিজন লোকক।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লংগুটি সোণোৱাল।

  • আহত আন দুজন বিধান সোণোৱাল, ডম্বৰু সোণোৱাল।

  • আহত তিনিজনক AMCHলৈ প্রেৰণ।

  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ডাম্পাৰসহ চালকৰ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।