অসম

পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যুক কেন্দ্র কৰি ডুমডুমাত উত্তপ্ত পৰিস্থিতি

Asomiya Pratidin
  • পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যুক কেন্দ্র কৰি ডুমডুমাত উত্তপ্ত পৰিস্থিতি

  • দ্রুতবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল কমল দেও নামৰ লোকজন

  • বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাত AMCHত মৃত্যু কমল দেওৰ

  • কমল দেওৰ মৃতদেহ ডুমডুমাত আহি পোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতি

  • দুৰ্ঘটনা সংঘটিত হোৱা দিন ধৰি অভিযুক্ত বাইক চালক বিবেক শ্বাহ নামৰ যুৱকজন পলাতক।