dangor kotha  
অসম

লাখ টকা দাবী কৰি চিবিআইৰ জালত এফচিআই বিষয়া

Asomiya Pratidin
  • তেজপুৰত এফ চি আইৰ মাণ্ডলিক কাৰ্যালয়ৰ গাণনিক বিষয়াক গ্রেপ্তাৰ।

  • উৎকোচ লৈ চি বি আইৰ হাতত গ্রেপ্তাৰ হ'ল আব্দুল লতিফ নামৰ বিষয়াজন।

  • বিল পাছ কৰাৰ বিনিময়ত ব্যৱসায়ীৰ পৰা ধন দাবী কৰিছিল আব্দুলে।

  • এজন ব্যৱসায়ীৰ পৰা ১.৩০ লাখ টকা দাবী কৰাৰ অভিযোগ আব্দুল লতিফৰ বিৰুদ্ধে।

  • ঘটনা কেন্দ্ৰ কৰি তেজপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।