চাপৰৰ ৰঙামাটিত সংঘটিত নৃশংস হত্যাকাণ্ড... 
অসম

চাপৰৰ ৰঙামাটিত সংঘটিত নৃশংস হত্যাকাণ্ড...

Asomiya Pratidin
  • চাপৰৰ ৰঙামাটিত সংঘটিত নৃশংস হত্যাকাণ্ড।

  • নিজ পত্নীক দাৰে ঘপিয়াই হত্যা কৰিলে স্বামীয়ে।

  • ৰঙামাটিৰ জুগলিকান্দাত সংঘটিত হৈছে এই ঘটনা।

  • জানিব পৰা মতে মৃত মহিলাগৰাকীৰ নাম নাজমিন।

  • এই পৰ্যন্ত এই হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।

  • অভিযুক্ত স্বামীৰ নাম ছামিনুৰ ৰহমান।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।