কাছাৰ আৰক্ষীৰ সফলতাঃ ড্ৰাগছসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ... 
অসম

কাছাৰ আৰক্ষীৰ সফলতাঃ ড্ৰাগছসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

Asomiya Pratidin
  • কাছাৰ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।

  • কাছাৰৰ ধলাইৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিলে ৩ জনক।

  • ধৃত ড্ৰাগছ সৰবৰাহী কেইটা আনম উদ্দিন, বচন আলী আৰু ফয়েহ আহমেদ।

  • আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা জব্দ কৰিছে ৮০০ গ্ৰাম হেৰ'ইন।

  • ৬০ টা চাবোনৰ বাকচত সৰবৰাহ কৰিছিল ড্ৰাগছখিনি।

  • আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছ সৰবৰাহ কৰা নম্বৰবিহীন এখন বাহনো।