অসম

সোণাৰিত বিষাক্ত কাঠফুলা খাই অসুস্থ একে পৰিয়ালৰ ৩জন

Asomiya Pratidin
  • সোণাৰিত বিষাক্ত কাঠফুলা খাই অসুস্থ একে পৰিয়ালৰ ৩জন।

  • মৰাণহাবি গাঁৱত সংঘটিত হৈছে এই ঘটনা।

  • অসুস্থ হৈ পৰে ৰাজেশ টিৰ্গাই আৰু পত্নী-পুত্র।

  • তিনিওজনকে চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি।