অসম

শুল্ক বিভাগৰ অভিযানত জব্দ বাঘৰ ছাল আৰু হাড়

Asomiya Pratidin
  • অসম-অৰুণাচলৰ সীমামূৰীয়া ইটাখোলাত শুল্ক বিভাগৰ অভিযান

  • অভিযানত জব্দ বাঘৰ ছাল আৰু হাড়

  • ঘটনা সন্দৰ্ভত ৩জনক গ্রেপ্তাৰ

  • ইয়াৰে দুজন অৰুণাচলৰ, আনজন অসমৰ।