তিনিচুকীয়া

তিনিচুকীয়াৰ মাকুমত বোমাতংক : সেনাই বন্ধ কৰিছে বাইপাছ...

Asomiya Pratidin
  • তিনিচুকীয়াৰ মাকুমত বোমাতংক ।

  • মাকুম বাইপাছৰ উৰণীয়া সেতুৰ তলত বিস্ফোৰক থকাৰ সন্দেহ ।

  • সমগ্র অঞ্চলটো ঘেৰি ৰাখিছে সেনাই ।

  • বাইপাছেৰে অহা-যোৱা সকলো বাহন বন্ধ কৰি দিছে সেনাই ।