তিনিচুকীয়া

তিনিচুকীয়াৰ গেলাপুখুৰীত ভয়ংকৰ দুৰ্ঘটনাঃ এজন নিহত, এজন আহত...

Asomiya Pratidin
  • তিনিচুকীয়াৰ গেলাপুখুৰীত ভয়ংকৰ দুৰ্ঘটনা।

  • বিদ্যুতৰ খুঁটাত খুন্দিয়ালে এখন বাইকে।

  • ঘটনাত থিতাতে নিহত বাইক আৰোহী।

  • গুৰুতৰভাৱে আহত হৈছে আন এজন লোক।

  • উদ্ধাৰ হোৱা নাই নিহত বাইক আৰোহীৰ লগতে আহতৰ পৰিচয়।

  • আহত বাইক আৰোহীজনক AMCHত ভৰ্তি