তিনিচুকীয়াৰ মাকুম ৰে'ল লাইনত ৰে'লৰ খুন্দাত মহিলা নিহতঃ আন এগৰাকী আহত... 
তিনিচুকীয়া

তিনিচুকীয়াৰ মাকুম ৰে'ল লাইনত ৰে'লৰ খুন্দাত মহিলা নিহতঃ আন এগৰাকী আহত...

Asomiya Pratidin
  • পুনৰ ৰে'লৰ খুন্দাত নিহত মহিলা।

  • তিনিচুকীয়াৰ মাকুম ৰে'ল লেইনত অঘটন।

  • ৰে'লে মহতিয়াই নিয়াৰ ফলত এগৰাকী মহিলা নিহত।

  • ঘটনাত গুৰুতৰভাৱে আহত আন এগৰাকী মহিলা।

  • আহত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছে তিনিচুকীয়া চিভিল হাস্পতালত।

  • নিহত মহিলাগৰাকীক আশা প্ৰধান হিচাপে চিনাক্ত।

  • আঘাতপ্ৰাপ্ত মহিলাগৰাকীক পৰিচয় অৱশ্যে জানিব পৰা নাই।