অসম

টীয়ত ৰহস্যজনকভাৱে বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

asomiyapratidin
  • ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে বন্যহস্তীৰ মৃত্যুৰ সংখ্যা।
  • যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ।
  • শনিবাৰে পুৱা একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃত হাতীটো।
  • টিয়কৰ বৰমথাউৰি চাপৰিত উদ্ধাৰ হৈছে মৃত হাতীটো।
  • বৰ্তমানলৈ জানিব পৰা হোৱা নাই হাতীটোৰ মৃত্যুৰ কাৰণ।