অসম

যোৰাবাটত অবৈধ কয়লাভৰ্তি ট্ৰাক জব্দ

asomiyapratidin
  • মহানগৰীৰ যোৰাবাটত চাৰিখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ।
  • ট্ৰাককেইখন জব্দ কৰে যোৰাবাট আৰক্ষীয়ে।
  • ইয়াৰে এখন ট্ৰাক বৰ্ণিহাটৰ পৰা বিহাৰলৈ গৈ থাকোতে জব্দ হয়।
  • ইফালে আন ৩খন ট্ৰাক হাফলঙৰ গৰমপানীৰ পৰা বেলতলালৈ গৈ আছিল।