অসম

লংকাৰ শংকৰদেৱ নগৰত গ্ৰেপ্তাৰ দুই এ টি এম চোৰ

Asomiya Pratidin
  • লংকাৰ শংকৰদেৱ নগৰত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে দুজন এ টি এম চোৰ।

  • গ্ৰেপ্তাৰ হোৱা দুই চোৰৰ নাম দিলৱাৰ হুছেইন আৰু আবিদুৰ ৰহমান।

  • দুয়োৰে ঘৰ লংকাৰ উদালীত বুলি জানিব পৰা গৈছে।

  • ইয়াৰ পূৰ্বেও লংকাৰ বৰবহাৰ এটা ATMৰ  চুৰিকাৰ্য্যত জড়িত আছিল দুয়োগৰাকী ধৃত।

  • ঘটনা সন্দৰ্ভত তদন্ত অৱ্যাহত আৰক্ষীৰ।

  • ইতিমধ্যেই দুয়োকে শংকৰদেৱ নগৰ আদালতলৈ  প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জনায়।