- অসম ৰাজ্যিক চিৰিয়াখানত সুখৰ বাতৰি বিলাইছে দুটি ভালুকৰ পোৱালীয়ে।
- বৃহস্পতিবাৰে চিৰিয়াখানাখনত জন্ম হয় দুটা ভালুকৰ পোৱালীৰ।
- জন্ম পোৱা ভালুকৰ পোৱালী দুটা হিমালয়ৰ ক'লা ভালুক প্ৰজাতিৰ।
- এই ভালুকৰ প্ৰজাতিটো সমগ্ৰ বিশ্বতে দুস্প্ৰাপ্য।
- তেনে দুস্প্ৰাপ্য ভালুক পোৱালী দুটাৰ ৰাজ্যিক চিৰিয়াখানা জন্ম পোৱাক লৈ আনন্দ প্ৰকাশ চিৰিয়াখানা কৰ্তৃপক্ষৰ।