অসম

বগীবিলত বিদ্যুতস্পৃষ্ট হৈ প্ৰাণ গ'ল দুই শিশুৰ

Asomiya Pratidin
  • বগীবিলত বিদ্যুতস্পৃষ্ট হৈ প্ৰাণ গ'ল দুই শিশুৰ।

  • অকাল মৃত্যুক আঁকোৱালি লোৱা দুই শিশু হৈছে- দুজন বগীবিল ধনেখনাৰ শক্তিবান বৰা আৰু সুবন্তি বৰাৰ পুত্ৰ ক্ৰমে দিগন্ত বৰা আৰু ৰূপম বৰা বুলি জানিব পৰা গৈছে।

  • ভাতৃদ্বয়ে ধনেখনা প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত অধ্যয়ন কৰিছিল ।

  • এক শোকাকুল পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে পৰিয়ালটোত।

  • ভাতৃদ্বয়ক বৰ্তমান অসম চিকিৎস্যা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।