অসম

দক্ষিণ শালমাৰা-মানকাচৰৰ দুই কনিষ্টবলক চাকৰিৰ পৰা বৰ্খাস্ত

Asomiya Pratidin
  • দক্ষিণ শালমাৰা-মানকাচৰৰ দুই কনিষ্টবলক চাকৰিৰ পৰা বৰ্খাস্ত

  • UBC No 90 ৰৌচান আলী আৰু UBC 92 আশ্ৰফুল আলমক বৰ্খাস্ত

  • জানিব পৰা মতে উক্ত দুই আৰক্ষী কনিষ্টবল গোৱালপাৰাত ডকাইতিৰ গোচৰত জড়িত হৈ আছিল

  • মঙলবাৰে হাটশিঙিমাৰী জিলা আৰক্ষীয়ে দুয়োকে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।