অসম

চৰাইদেউত ২ আলফা (স্বাঃ) কেডাৰৰ আত্মসমৰ্পণ

Asomiya Pratidin
  • চৰাইদেউত আলফা (স্বাঃ) কেডাৰৰ আত্মসমৰ্পণ।

  • সোণাৰিত আত্মসমৰ্পণ দুজন আলফা কেডাৰৰ।

  • কেপ্টেইন নয়ন পাটমাউত ওৰফে বিকাশ অসমৰ আত্মসমৰ্পণ।

  • আনজন দীপক হাতীবৰুৱা ওৰফে দিব্য অসম।

  • দুয়ো জমা দিয়ে দুটা গ্রেনেড, দুটা 9mm পিষ্টল।

  • লগতে জমা দিয়ে ২৫ ৰাউণ্ড সক্রিয় গুলী।