অসম

পঢ়ি লওক সবিশেষঃ অসমৰ ১৪টা সমষ্টিত কোন কিমান ভোট আগবাঢ়ি আছে...

Asomiya Pratidin
  • লখিমপুৰ লোকসভা সমষ্টিত ২০৫৯৩টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা।

  • বৰপেটা লোকসভা সমষ্টিত ১৬৯৩৭টা ভোটত আগবাঢ়ি আছে অগপ ফণীভূষণ চৌধুৰী।

  • দৰং ওদালগুৰি সমষ্টিত ৪৯১১টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশী।

  • ধুবুৰী সমষ্টিত ৩০হাজাৰ ১২৭টা ভোট আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুচেইন।

  • ডিব্ৰুগড় সমষ্টিত ২০৮৩৮টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল।

  • ডিফু সমষ্টিত ৮৩৮টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী অমৰ সিং তিছু।

  • যোৰহাট সমষ্টিত ১২,৯৮০টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ।

  • গুৱাহাটী সমষ্টিত ১১,৯২৪টা ভোটত আহবাঢ়ি আছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি।

  • কাজিৰঙা সমষ্টিত ২২০৮০টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা।

  • কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী ৩৩৮৯টা ভোটত অগ্ৰগতি লাভ কৰি আছে।

  • নগাঁও লোকসভা সমষ্টিত ৪২৪টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা।

  • শোণিতপুৰত ৪৫,১১৪টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত।