প্ৰতীকি ফটো 
অসম

বনৰীয়া ম’হৰ আক্রমণত নিহত বনকৰ্মী

Asomiya Pratidin
  • কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত অঘটন।

  • বনৰীয়া ম’হৰ আক্রমণত নিহত বনকৰ্মী, আহত এজন।

  • নিহত লোকজনৰ নাম অপু মমিন।

  • দুয়োগৰাকী বন বিভাগৰ হাতীৰ মাউত।

  • আহত বনকৰ্মীজনৰ নাম সোনমণি ৰাভা।

  • আহত সোনমণি ৰাভাক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি।