অসম

ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু

Asomiya Pratidin
  • বিশ্বনাথৰ বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিহালীৰ বুৰৈঘাটত অঘটন

  • ৰে’লৰ খুন্দাত মৃত্যু এটা বনৰীয়া হাতীৰ

  • কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহিছিল হাতীটো

  • ৰে’ল লাইন পাৰ হ’বলৈ লোৱাৰ সময়তে এই ঘটনা

  • নামনিমুৱা ডঞি পলো এক্সপ্রেছৰ খুন্দাত মৃত্যু হাতীটোৰ।